দৈনিক বাতৰি

ৰেপিড’ ডেলিভাৰী ৰাইডাৰৰ কাণ্ড! গ্ৰাহকলৈ ‘I Love You’ মেছেজ

নইডাৰ এগৰাকী বাসিন্দাই ৰেপিড’ৰ জৰিয়তে পাৰ্চেল বুক কৰাৰ পাছত সন্মুখীন হ’ল অস্বস্তিকৰ অভিজ্ঞতাৰ। অভিযোগ অনুসৰি, পাৰ্চেল ডেলিভাৰী কৰি যোৱাৰ পাছত ডেলিভাৰী ৰাইডাৰে গ্ৰাহকগৰাকীৰ ব্যক্তিগত...

১১৪খন অতিৰিক্ত ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ দিশে ভাৰতীয় বায়ুসেনা। কি হ’ব দেশীয়ভাৱে নিৰ্মাণ হ’বলগীয়া পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান AMCA-ৰ ?

যুদ্ধ বিমানৰ অভাৱ পূৰণৰ লক্ষ্যৰে ভাৰতীয় বায়ুসেনাই ১১৪খন অতিৰিক্ত ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ প্ৰক্ৰিয়া আগবঢ়াই নিছে। কিন্তু এই ক্ৰয়ক কেন্দ্ৰ কৰি বায়ুসেনাৰ শক্তিৰ লগতে...

ভাৰতক বিশ্ব লেব-গ্ৰ’ন ডায়মণ্ড বজাৰ দখলৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

মুম্বাইত অনুষ্ঠিত ইণ্ডিয়া জেমছ এণ্ড জুৱেলাৰী এৱাৰ্ডছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতক কৃত্ৰিমভাৱে উৎপাদিত হীৰা (Lab-grown Diamond)ৰ বিশ্ববজাৰত নেতৃত্ব দিবলৈ আহ্বান জনাইছে। তেওঁ কয়...

ডিমৌ–নিতাইপুখুৰী পথত অধিকাংশ সৌৰ লাইট বিকল, ক্ষোভিত ৰাইজ

অসম মালা আঁচনিৰ অধীনত বকতা খামুনৰ পৰা পানীদিহিঙৰ বামৰজাবাৰীলৈকে নিৰ্মাণ কৰা প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ দাঁতিত স্থাপন কৰা সৌৰশক্তি চালিত লাইটৰ অধিকাংশই বিকল...

মাজুলীৰ নতুন চামগুৰি সত্ৰত ঐতিহ্যমণ্ডিত মুখা নিৰ্মাণত ব্যস্ত লণ্ডনৰ শিল্পী

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখাশিল্পই পুনৰ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰিচয়। গুৰুজনাৰ অনবদ্য সৃষ্টিৰ প্ৰতি আকৰ্ষিত হৈ এইবাৰ মাজুলীত উপস্থিত হৈছে লণ্ডনৰ এগৰাকী নৃত্যশিল্পী। নতুন চামগুৰি সত্ৰত পদ্মশ্ৰী...

Popular