দৈনিক বাতৰি

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া তালুকদাৰক হত্যাৰ অভিযোগত আৰক্ষীৰ জিম্মাত থকা ৰামানুজ গোস্বামীৰ পুৱতি নিশা নৰকাসুৰ পাহাৰত মৃত্যু হয়। স্বাস্থ্য...

২০২৯ৰ পূৰ্বে কোন কোন ৰাজ্যত ৰূপায়ণ হ’ব UCC? এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে?

২০২৯ চনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন NDA-ৰ শাসনত থকা ২১খন ৰাজ্যত উমৈহতীয়া দেৱানী বিধি (UCC) ৰূপায়ণ কৰা হ’ব বুলি আত্মবিশ্বাসী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শ্বাহে...

কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। কাৰাগাৰত বন্দীৰ অত্যধিক ভিৰ, পৰ্যাপ্ত শৌচাগাৰৰ অভাৱ, কাৰাবন্দীৰ স্বাস্থ্যজনিত সমস্যা আৰু মানসিক...

কিয় ACCৰ মুৰব্বী পাকিস্তানৰ মহছিন নকভিৰ পৰা এছিয়া কাপৰ ট্ৰফী গ্ৰহণ নকৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে?

শ্ৰীলংকাক পৰাস্ত কৰি মহিলা এছিয়া কাপৰ খিতাপ জয় কৰাৰ পাছত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ তথা এছিয়ান ক্ৰিকেট কাউন্সিলৰ (ACC) সভাপতি মহছিন নকভিৰ পৰা ট্ৰফী...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষত থাকে এজন যুৱকক। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ...

Popular