দৈনিক বাতৰি

কাইলৈ দাহন হ’ব ২,৪৭৯টা গঁড়ৰ খড়্গ

বোকাখাতত গঁড়ৰ খৰ্গ দাহৰ প্ৰস্তুতি সম্পূৰ্ণ। অসমৰ ৭টা স্থানৰ কোষাগাৰত সংৰক্ষণ কৰি ৰখা মুঠ ২৬২৩টা গঁড়ৰ খৰ্গৰ ভিতৰৰ ২৪৭৯টা খৰ্গ আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে...

নিশাৰ ভিতৰতে আটক ৪৫৩জন মাটিৰ দালাল

ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। নিশাৰ ভিতৰতে আটক ৪৫৩জন দালালক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ আৰক্ষী। নলবাৰীত সাংবাদিকসহ ১০ দালালক আটক। ধুবুৰীত আটক...

শান্তি আলোচনাৰ নামত চৰকাৰে দেখুওৱা ‘সন্দেহজনক তৎপৰতা’ৰ অন্তৰ্নিহিত অভিপ্ৰায় ৰাজহুৱা কৰক : প্ৰদেশ কংগ্ৰেছ

NSCN (IM)ৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া: ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই...

NSCN (IM) প্ৰধানৰ সৈতে NEDAৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ ৰুদ্ধদ্বাৰ বৈঠক

নাগালেণ্ডৰ চুমুকডিমাত NSCN (IM)ৰ প্ৰধান থুইগালেং মুইভাৰ সৈতে নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰুদ্ধদ্বাৰ বৈঠক: বৈঠকত উপস্থিত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ'...

মঙলবাৰে NSCN(I-M)ৰে আলোচনাত বহিব চৰকাৰ

মঙলবাৰে NSCN(I-M)ৰে আলোচনাত বহিব চৰকাৰআলোচনাত বহিব মধ্যস্থতাকাৰী এ কে মিশ্ৰভাগ ল’ব NSCN(I-M)ৰ সাধাৰণ সম্পাদক টি মুইভাইনেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মায়ো ভাগ ল’ব আলোচনাতডিমাপুৰৰ ছুমুকেডিমা...

Popular