মঙলবাৰে NSCN(I-M)ৰে আলোচনাত বহিব চৰকাৰ

মঙলবাৰে NSCN(I-M)ৰে আলোচনাত বহিব চৰকাৰ
আলোচনাত বহিব মধ্যস্থতাকাৰী এ কে মিশ্ৰ
ভাগ ল’ব NSCN(I-M)ৰ সাধাৰণ সম্পাদক টি মুইভাই
নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মায়ো ভাগ ল’ব আলোচনাত
ডিমাপুৰৰ ছুমুকেডিমা আৰক্ষী ছাউনীত হ’ব এই আলোচনা
বৈঠকৰ পূৰ্বে দিল্লীলৈ তলব হিমন্ত বিশ্বক
অমিত শ্বাহক সন্ধিয়া সাক্ষাৎ কৰিব হিমন্ত বিশ্বই
দিল্লীৰ পৰা পোনে পোনে ডিমাপুৰলৈ যাব হিমন্ত বিশ্ব শৰ্মা
ডিমাপুৰত আলোচনাত ভাগ লৈ উভতিব অসমলৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিল্পী পুতুল সিং টুমুঙৰ অকাল বিয়োগ

ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা পুনৰ আহিছে এক দু:খবৰ। গীতিকাৰ,...

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে। সৰবৰাহ আৰু...