দৈনিক বাতৰি

ঢেকিয়াজুলিৰ কিশোৰী নিগ্ৰহৰ ঘটনাৰ বুজ ল’লে মন্ত্ৰী অশোক সিংহলে

মানৱ সমাজক লজ্জানত কৰা এনে অপৰাধীক কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ : সিংহল ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ...

হাতীৰ আক্ৰমণত নিহত নৱম শ্ৰেণীৰ ছাত্ৰী

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। ক'ৰবাত যদি হাতীয়ে মানুহক আক্ৰমণ কৰিছে আন কৰ'বাত আকৌ মানুহে আক্ৰমণ কৰিছে হাতীক। তাৰ মাজতে তামুলপৰৰ ভূটান-সীমান্তৰ বগাজুলীত সংঘটিত...

যোৰহাটৰ লিচুবাৰী বিস্ফোৰণ কাণ্ডৰ চাৰ্জশ্বীট NIAৰ

যোৰহাটৰ লিচুবাৰী সেনা চাউনিৰ বিস্ফোৰণ কাণ্ডৰ চাৰ্জশ্বিট NIAৰ। চাৰ্জশ্বিটত নাই তিতাবৰৰ নিৰীহ যুৱক দীপাংকৰ গগৈৰ নাম। ২০২৩ৰ ১৪ ডিচেম্বৰত সংঘটিত হৈছিল বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণত...

লোকসভাৰ বিৰোধী দলপতি হ’ব ৰাহুল গান্ধী

লোকসভাৰ বিৰোধী দলপতি হ’ব ৰাহুল গান্ধী I.N.D.I.A মিত্ৰজোঁটৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণু গোপালে সদৰি কৰিলে এই কথা

আকৌ অসম আৰক্ষীৰ দায়বদ্ধতাক লৈ উঠিছে সন্দেহৰ আঙুলি

জন হিতাৰ্থে, জন সেৱাৰ্থে নে জনতাক হাৰাশাস্তিৰ অৰ্থে?আকৌ অসম আৰক্ষীৰ দায়বদ্ধতাক লৈ উঠিছে সন্দেহৰ আঙুলিতাৰ কাৰণ এই সমূহ দৃশ্য। ভিজুৱেল…এইবাৰ গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীৰ বিৰুদ্ধে...

Popular