কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধলৈ আগমন লক্ষাধিক লোকৰ

এজন শিল্পী ৰাইজৰ কিমান আপোন হ’ব পাৰে তাৰে প্ৰমাণ হ’ল শদিয়াত!

কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধলৈ আগমন ঘটিল লক্ষাধিক লোকৰ

দৃশ্য দেখিলেই অনুমান কৰিব পাৰি কিমান মৰম, আদৰ প্ৰয়াত শিল্পীজনলৈ

সকলোৰে শিৰাই শিৰাই যেন বৈ আছে ৰাজীৱ শদিয়া, বুকুত সাজি থৈছে ঘৰ!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...