ভ্ৰাম্যমান থিয়েটাৰত পুনৰ অঘটন, চমক দিবলৈ গৈ মঞ্চৰ পৰা সৰি পৰিল অভিনেতা–অভিনেত্ৰী

এটাৰ পিছত আন এটা অঘটন ভ্ৰাম্যমান থিয়েটাৰত। এইবাৰ চমক দিবলৈ গৈ মঞ্চৰ পৰা সৰি পৰিল অভিনেতা–অভিনেত্ৰী। মঞ্চৰ পৰা পৰি আহত অভিনেতা-অভিনেত্ৰী। মানিকপুৰৰ ওদলাগুৰিৰ চিলাৰায় গ্ৰাফিক থিয়েটাৰৰ নাটকত এই অঘটন। আহত অভিনেতা ৰমেনজ্যোতি ৰায় আৰু অভিনেত্ৰী সীমা বৈশ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩ মহীয়া শিশুক লৈ ইউৰোপীয় ইউনিয়নৰ জলবায়ু বৈঠকত উপস্থিত ছুইডেনৰ জলবায়ু মন্ত্ৰী

ছুইডেনৰ জলবায়ু মন্ত্ৰী ৰোমিনা পৌৰমোখতাৰীয়ে তিনিমহীয়া পুত্ৰ আদামক লৈ...

ভাৰতীয় পাছপ’ৰ্ট কেৱল ভ্ৰমণ দলিল, নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়: বিদেশ মন্ত্ৰালয়ৰ স্পষ্টীকৰণ

বিদেশ মন্ত্ৰালয়ৰ এটা বিবৃতিয়ে আইন আৰু ৰাজনৈতিক বিতৰ্কক নতুনকৈ...