শ্ৰেণীকোঠালৈ শিক্ষকে নিব নোৱাৰিব মোবাইল!

শিৱসাগৰ জিলাৰ শিক্ষা বিষয়াৰ নিৰ্দেশনা। শ্ৰেণীকোঠালৈ শিক্ষকক মোবাইল নিয়াত বাধা। আজিৰ পৰা শিক্ষক-শিক্ষয়ত্ৰীয়ে শ্ৰেণীকোঠালৈ নিব নোৱাৰিব ফোন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...