চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত সংগঠনৰ ২ নেতা

চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত সংগঠনৰ ২ নেতা। দিব্যাংগ মঞ্চ অসমৰ সভাপতি আৰু সম্পাদকক আটক পাণবজাৰ আৰক্ষীৰ। চৰকাৰৰ ৩য় আৰু ৪ৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত সংগ্ৰহৰ অভিযোগ। কেইবালাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে। পূৰ্বে টকা বিছাৰি ফোন কৰা কল ৰেক’ৰ্ডিং হৈছিল ভাইৰেল। পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছিল একাংশ ভুক্তভোগীয়ে। অৱশেষত আৰক্ষীৰ জালত ২ নেতা ছেমিম আহমেদ আৰু নৱজিত বৰ্মন। গুৱাহাটীৰ বৰাগাঁৱৰ পৰা নিশা আটক কৰে দুয়োকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...