দৈনিক বাতৰি

আকৌ অসম আৰক্ষীৰ দায়বদ্ধতাক লৈ উঠিছে সন্দেহৰ আঙুলি

জন হিতাৰ্থে, জন সেৱাৰ্থে নে জনতাক হাৰাশাস্তিৰ অৰ্থে?আকৌ অসম আৰক্ষীৰ দায়বদ্ধতাক লৈ উঠিছে সন্দেহৰ আঙুলিতাৰ কাৰণ এই সমূহ দৃশ্য। ভিজুৱেল…এইবাৰ গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীৰ বিৰুদ্ধে...

সুনীল গগৈৰ পাছত এইবাৰ বিপদত সুনীলৰ পত্নী-পুত্ৰ!

সুনীল গগৈৰ পাছত এইবাৰ বিপদত সুনীলৰ পত্নী-পুত্ৰ!যিকোনো মুহূৰ্তত দুষ্কৃতিকাৰীৰ টাৰ্গেট হ'ব পাৰে পুষ্পা গগৈ, সৌৰভ গগৈহাৰাশাস্তি নহয়, নিৰাপত্তা দিবলৈহে সুনীলৰ পৰিয়ালক মতা হৈছে থানালৈ ঢকুৱাখনাৰ...

পৰকীয়া প্ৰেমিকৰে মিলি স্বামীৰ লগত জঘন্য কাণ্ড

গুৱাহাটীৰ কাহিলীপাৰাত সংঘটিত হল এটা চাঞ্চল্যকৰ ঘটনা। পৰকীয়া প্ৰেমৰ ভয়ানক পৰিণতি। ছুটীত ঘৰলৈ অহা চি আৰ পি এফ জোৱানে পৰকীয়া প্ৰেমিকৰ সৈতে হাতে-লোটে ধৰা...

মহানগৰীৰ বিভিন্ন কৃত্ৰিম বানাক্ৰান্ত এলেকা পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

ৰুক্মিণীগাঁ‌ও অঞ্চলৰ কৃত্ৰিম বান সমস্যা সন্দৰ্ভত স্থানীয় ৰাইজৰ প্ৰতিনিধিৰে মন্ত্ৰী সিংহলৰ বিশেষ বৈঠক গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি জিলা আয়ুক্তৰ...

কামৰূপৰ মদনপুৰ টোলগে’টত উত্তাল প্ৰতিবাদ

ৰাস্তাৰ বাবে যমৰ যাতনা ভুগিছে ৰাইজেটোলটেক্সৰ নামত হাৰাশাস্তি কৰিছে চৰকাৰেৰাস্তা ভাল নোহোৱালৈ টোলটেক্স নিদিওঁকামৰূপৰ মদনপুৰ টোলগে'টত উত্তাল প্ৰতিবাদ জাউৰীয়ে জাউৰীয়ে চৰকাৰবিৰোধী শ্লোগানত উত্তাল মদনপুৰ টোলগেট।...

Popular