মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ আতিশীৰ

মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ আতিশীৰ। দিল্লী বিধানসভা নিৰ্বাচনত AAP পৰাস্ত হোৱা এদিন পিছতে পদত্যাগ আতিশীৰ। উপ-ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল। নিৰ্বাচনত কালকাজিৰ পৰা জয়ী আতিশী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩ মহীয়া শিশুক লৈ ইউৰোপীয় ইউনিয়নৰ জলবায়ু বৈঠকত উপস্থিত ছুইডেনৰ জলবায়ু মন্ত্ৰী

ছুইডেনৰ জলবায়ু মন্ত্ৰী ৰোমিনা পৌৰমোখতাৰীয়ে তিনিমহীয়া পুত্ৰ আদামক লৈ...

ভাৰতীয় পাছপ’ৰ্ট কেৱল ভ্ৰমণ দলিল, নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়: বিদেশ মন্ত্ৰালয়ৰ স্পষ্টীকৰণ

বিদেশ মন্ত্ৰালয়ৰ এটা বিবৃতিয়ে আইন আৰু ৰাজনৈতিক বিতৰ্কক নতুনকৈ...