দৈনিক বাতৰি

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া ধৰ্মঘটৰ ফলত বেংকৰ শাখাভিত্তিক সেৱা ব্যাহত হোৱাৰ সম্ভাৱনা। পাঁচদিনীয়া বেংকিং সপ্তাহ, পেঞ্চনকে ধৰি বিভিন্ন দাবীৰে...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস। অৰ্থনৈতিক বিকাশ, সামাজিক উন্নয়ন, সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু বিভিন্ন দেশ-সমাজৰ মাজত সংযোগ...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন জনাইছে ৰাছিয়াই। ৮১সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে এছিয়া, আফ্ৰিকা আৰু লেটিন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণৰ কাম আগবাঢ়িছে। এই প্ৰকল্পৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ...

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাণিজ্য

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব নামৰূপত উৎপাদিত মিথানল ডিব্ৰুগড়ৰ বগীবিলৰ পৰা বাংলাদেশলৈ মিথানল পৰিবহণৰ জৰিয়তে পুনৰ সজীৱ হ’ব ব্ৰহ্মপুত্ৰৰ জলপথেৰে আন্তঃৰাষ্ট্ৰীয়...

Popular