দৈনিক বাতৰি

বিশ্বৰ ৬নম্বৰ খেলুৱৈক হৰুৱাই ইতিহাস অনাহত সিঙৰ, এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ

এছিয়ান গেমছ ২০২৬ত ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে দেখুৱালে অসাধাৰণ মানসিক শক্তি। ছেমিফাইনেলত বিশ্বৰ ৬ নম্বৰ স্থানৰ জাপানৰ সাতোমি ৱাটানাবেৰ বিৰুদ্ধে ০-২ত পিছ পৰিও...

“AI যিমানেই গুৰুত্বপূৰ্ণ নহওক, মগজুটো আপোনাৰ। AIক কেনেকৈ ব্যৱহাৰ কৰিব সেই সিদ্ধান্ত আপুনিয়েই ল’ব লাগিব”প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসত জেনেৰেল উপেন্দ্ৰ দ্বিবেদী

মহানগৰীৰ চন্দ্ৰপুৰৰ হাজংবৰীত অৱস্থিত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস উপলক্ষে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত সেনাধ্যক্ষ...

২০২৭ৰ ODI বিশ্বকাপেই ভাৰতৰ হৈ শেষ বিশ্বকাপ হ’ব: বিৰাট কোহলী

২০২৭ৰ ODI বিশ্বকাপেই ভাৰতৰ হৈ তেওঁৰ অন্তিম বিশ্বকাপ হ’ব বুলি ঘোষণা কৰিছে তাৰকা বেটাৰ বিৰাট কোহলীয়ে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আগন্তুক ODI শৃংখলাৰ পূৰ্বে JioHotstarক...

অসমৰ চিকিৎসা ক্ষেত্ৰত নতুন ইতিহাস; GMCHত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন ৰবটিক কাৰ্ডিয়াক ছাৰ্জাৰী

অসমত প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (GMCH) সফলতাৰে সম্পন্ন কৰা হৈছে ৰবটিক কাৰ্ডিয়াক ছাৰ্জাৰী। শুকুৰবাৰে একেদিনাই দুগৰাকী ৰোগীৰ ৰবটিক পদ্ধতিৰে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্পন্ন...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পুনৰ মুকলি মানাহ

অহা ২ অক্টোবৰ ২০২৬ৰ পৰা পুনৰ মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভ। পৰ্যটকৰ সুৰক্ষা আৰু বন্যপ্ৰাণী সংৰক্ষণৰ স্বাৰ্থত সপ্তাহৰ একো একোটা দিনত...

Popular