দৈনিক বাতৰি

অভিনেতা টাইগাৰ শ্ৰফ নহয়, শ্বুটাৰৰ প্ৰথম লক্ষ্য আছিল আন এজন! জেৰাত পোহৰলৈ আহিল হত্যাৰ পৰিকল্পনাৰ নতুন তথ্য

অভিনেতা টাইগাৰ শ্ৰফৰ বাহনলৈ গুলীচালনাৰ ঘটনাই নতুন মোৰ লৈছে। সূত্ৰ অনুসৰি, আক্ৰমণকাৰীসকলৰ প্ৰকৃত লক্ষ্য টাইগাৰ শ্ৰফ নাছিল, বৰঞ্চ আন এগৰাকী হাই-প্ৰফাইল ব্যক্তিক হত্যা কৰাৰ...

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, ১৬ বছৰীয়া পুত্ৰক জন্মদিনৰ উপহাৰ হিচাপে বন্দুক কিনি দিছিল...

বলীউডৰ পৰিচালক কৰণ জোহাৰক ‘আইকন’ আখ্যা ব্ৰিটেইনৰ প্ৰিন্সৰ; কৰণ জোহৰৰ ‘কভি খুশী কভি গম’ চাব বিচাৰে প্ৰিন্স উইলিয়ামে

বলীউডৰ জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক কৰণ জোহৰক ‘আইকন’ আখ্যা দিলে ব্ৰিটেইনৰ প্ৰিন্স উইলিয়ামে। শেহতীয়াকৈ লণ্ডনত অনুষ্ঠিত আৰ্থশ্বট প্ৰাইজৰ অনুষ্ঠানত কৰণ জোহৰৰ সৈতে হোৱা সাক্ষাতৰ বিষয়ে...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে এছ জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰী শ্বেইখ আব্দুল্লাৰ পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে...

বিজয়া দশমীৰ বাবে সাজু গুৱাহাটীৰ বিসৰ্জন ঘাট, লাচিত ঘাটত ৬০০ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা; পাণ্ডুত শান্তি-শৃংখলা বজাই ৰখা পূজা সমিতিৰ বাবে পুৰস্কাৰ ঘোষণা

কাইলৈ বিজয়া দশমী। দেৱী দুৰ্গাক বিদায় জনোৱাৰ অন্তিম ক্ষণত মহানগৰী গুৱাহাটীৰ বিভিন্ন বিসৰ্জন ঘাটত চলিছে ব্যাপক প্ৰস্তুতি। পাণ্ডু, কাছমাৰী, চূণচালি আৰু লাচিত ঘাটত দেৱীৰ...

Popular