দৈনিক বাতৰি

অক্টোবৰৰ প্ৰথম সপ্তাহত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, গাইড-জীপ চালকৰ ব্যাপক প্ৰস্তুতি

অহা অক্টোবৰ মাহৰ প্ৰথম সপ্তাহতে পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। ইফালে,...

ডি আৰ কংগোত ভয়ংকৰ বিমান দুৰ্ঘটনা; কাৰিকৰী বিজুতিয়ে প্ৰাণ ল’লে ১৪ জনৰ

ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোত (ডি আৰ কংগো) সংঘটিত এক ভয়ংকৰ বিমান দুৰ্ঘটনাত দুজন জ্যেষ্ঠ সামৰিক বিষয়াসহ কমেও ১৪জন লোকৰ মৃত্যু হৈছে। দেশখনৰ সামৰিক বাহিনীয়ে...

মেৰাপানীত প্ৰাক্তন আলফা কেডাৰৰ ঘৰত আৰক্ষীৰ অভিযান; উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ

গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা কেডাৰৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ কৰাৰ তথ্য পোৱা গৈছে। গোপন তথ্যৰ ভিত্তিত...

শ্বি জিনপিঙৰ সন্মানত ড’নাল্ড ট্ৰাম্পৰ ষ্টেট ডিনাৰ; অতিথিৰ তালিকাত প্ৰযুক্তি জগতৰ ৰথী-মহাৰথী

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সন্মানত বৃহস্পতিবাৰে হোৱাইট হাউছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আয়োজন কৰা ষ্টেট ডিনাৰত উপস্থিত থাকিল বিশ্বৰ কেইবাগৰাকীও ধনকুবেৰ, ৱাশ্বিংটনৰ প্ৰভাৱশালী ব্যক্তি...

৩৯ লাখ টকাত নিলাম হায়দৰাবাদৰ বালাপুৰ গণেশ ভগৱানৰ লাড়ু; কোনে লাভ কৰিলে ২১ কিলোগ্ৰামৰ পৱিত্ৰ লাড়ু?

আজি হায়দৰাবাদত ভগৱান গণেশৰ বিসৰ্জনক কেন্দ্ৰ কৰি চলি থকা বৰ্ণাঢ্য উৎসৱৰ সামৰণি পৰিছে। বালাপুৰ গণেশৰ লাড়ুৰ অভিলেখসংখ্যক নিলামৰ পৰা আৰম্ভ কৰি বিশাল শোভাযাত্ৰালৈ চহৰখনত...

Popular