দৈনিক বাতৰি

বয়িং ৭৩৭ত পুনৰ অথন্তৰ; ২৬,০০০ ফুট তললৈ নামি আহিল বিমান

আকাশমাৰ্গত আকৌ এবাৰ বিপত্তি! মাত্ৰ কেইমিনিটমানৰ ভিতৰতে জাপানৰ স্প্ৰিং এয়াৰলাইনছৰ এখন বিমান ২৬,০০০ ফুট তললৈ নামি আহে। মঙলবাৰৰ গভীৰ নিশাৰ এই ঘটনাই বিমানৰ ভিতৰত...

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গ্ৰন্থ বৰ্ষ-২০২৫ ফেল’শ্বিপ

গ্ৰন্থ বৰ্ষ ২০২৫ ফেল’শ্বিপৰ বাবে গ্ৰন্থৰ পাণ্ডুলিপি বিচাৰি আহ্বান অংশগ্ৰহণৰ বাবে বয়সৰ কোনো সীমা নাথাকে ২২টা বিষয়ক লৈ লিখা গ্ৰন্থৰ পাণ্ডুলিপিক প্ৰদান কৰা হ’ব এই ফেল’শ্বিপ প্ৰাচ্যতত্ত্ব,...

প্ৰথম অসমীয়া হিচাপে ৭ মহাদেশৰ ৭ সৰ্বোচ্চ শিখৰত আৰোহণ হেদায়েৎ আলীৰ

পৰ্বতাৰোহণত বিৰল অভিলেখ এক্সপ্ল'ৰাৰ্ছৰ পৰ্বত আৰোহীৰ পৰ্বতাৰোহণৰ ক্ষেত্ৰত এক বিৰল অভিলেখ গঢ়িলে এজন অসমীয়া পৰ্বত আৰোহীয়ে। বিশ্বৰ ৭ খন মহাদেশৰ সাতটা সৰ্বোচ্চ শিখৰত সফলতাৰে আৰোহণ...

পত্নী আৰু কন্যাক প্ৰতিমাহে দিব লাগিব ৪ লাখ টকা; মহম্মদ ছামীক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

কলকাতা হাইকোৰ্টত উজুতি খাইছে ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামীয়ে। তেওঁৰ প্ৰাক্তন পত্নী হাছিন জাহানৰ বাবে প্ৰতিমাহে ডেৰ লাখ টকা আৰু তেওঁলোকৰ কন্যাৰ বাবে প্ৰতিমাহে আঢ়ৈ...

কিমান দিনলৈ কাৰাগাৰত থাকিব লাগিব শ্বেখ হাছিনা?

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে আন্তৰ্জাতিক অপৰাধ ট্ৰাইব্যুনেলে শাস্তি ঘোষণা কৰিছে। আদালত অৱমাননাৰ এটা গোচৰত তেওঁক ছয় মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে,...

Popular