দৈনিক বাতৰি

আহি আছে ‘অৰ্ণৱ’! কোন কোন ৰাজ্যত প্ৰভাৱ পেলাৱ ‘অৰ্ণৱ’ ঘূৰ্ণীবতাহে?

আজি নিশা স্থলভাগত প্ৰৱেশ কৰিব ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৱে। ওড়িশা, অন্ধ্ৰপ্ৰদেশ আৰু বংগত প্ৰচণ্ড বৰষুণৰ সতৰ্কতা জাৰি বতৰ বিজ্ঞান বিভাগৰ। বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপৰ প্ৰভাৱত...

এছিয়ান গেমছত মীৰাবাই চানুৰ প্ৰথমটো পদক, ২৮ বছৰৰ মূৰত ভাৰতলৈ আহিল ভাৰোত্তোলনত ৰূপৰ পদক

মীৰাবাই চানুৰ প্ৰথমটো এছিয়ান গেমছৰ পদক এছিয়ান গেমছৰ কেৰিয়াৰত প্ৰথমটো পদক অৰ্জন কৰিলে ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাই চানুৱে। বুধবাৰে ৩২ বছৰীয়া মণিপুৰৰ অভিজ্ঞ খেলুৱৈগৰাকীয়ে মহিলাৰ...

মহানগৰীত গুৱাহাটীত পুনৰ সক্ৰিয় ভুৱা চাৰ্টিফিকেট চক্ৰ; দালালৰ জালত পৰি সৰ্বশ্ৰান্ত পৰিয়াল

মহানগৰী গুৱাহাটীত পুনৰ সক্ৰিয় ভুৱা চাৰ্টিফিকেট চক্ৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ নামত ৩০ হাজাৰ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে ৰশ্মি দত্ত নামৰ এগৰাকী...

বি/হ খুৱাই হত্যাৰ চেষ্টা মহিলাক; লখিমপুৰ থানাৰ ASIৰ বিৰুদ্ধে মহিলাক প্ৰতাৰণা কৰাৰ অভিযোগ

লখিমপুৰৰ লালুক থানাৰ APRO শাখাৰ ASI দেৱজিৎ বৰাৰ বিৰদ্ধে গোচৰ। এগৰাকী মহিলাক বিয়াৰ প্ৰলোভনেৰে দীৰ্ঘদিনে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে ASIগৰাকীৰ বিৰুদ্ধে। ভুক্তভোগী মহিলাগৰাকীয়ে...

২৪ ছেপ্টেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ মাজত হ’ব বৈঠক । চীনৰ সৈতে বুজাবুজিয়ে সলনি কৰিব নেকি ভাৰতৰ প্ৰতি আমেৰিকাৰ...

২৪ ছেপ্টেম্বৰত ৱাশ্বিংটনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ মাজত হ’বলগীয়া বৈঠকক লৈ ভাৰতৰ কূটনৈতিক মহলত বিশেষ চৰ্চা চলিছে। বাণিজ্য, বিৰল...

Popular