দৈনিক বাতৰি

NSCN (IM) প্ৰধানৰ সৈতে NEDAৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ ৰুদ্ধদ্বাৰ বৈঠক

নাগালেণ্ডৰ চুমুকডিমাত NSCN (IM)ৰ প্ৰধান থুইগালেং মুইভাৰ সৈতে নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰুদ্ধদ্বাৰ বৈঠক: বৈঠকত উপস্থিত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ'...

মঙলবাৰে NSCN(I-M)ৰে আলোচনাত বহিব চৰকাৰ

মঙলবাৰে NSCN(I-M)ৰে আলোচনাত বহিব চৰকাৰআলোচনাত বহিব মধ্যস্থতাকাৰী এ কে মিশ্ৰভাগ ল’ব NSCN(I-M)ৰ সাধাৰণ সম্পাদক টি মুইভাইনেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মায়ো ভাগ ল’ব আলোচনাতডিমাপুৰৰ ছুমুকেডিমা...

টিংকুপানীত সেনা-আৰক্ষীৰ অভিযান | গ্ৰেপ্তাৰ আলফা (স্বা)ৰ কেডাৰ

অসম-অৰুণাচল সীমান্তৰ টিংকুপানীত সেনা-আৰক্ষীৰ অভিযান। আছাম ৰাইফলছ আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ আলফা (স্বা)ৰ কেডাৰ সমীৰণ সোণোৱাল ওৰফে যাদৱ অসম। টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ...

এথলেটিকচৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অম্লান বৰগোহাঁইৰ সাফল্য

• এথলেটিকচৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নৱতম তাৰকা অম্লান বৰগোহাঁইৰ সাফল্য• ২০০ মিটাৰত ২০.৭৫ ছেকেণ্ডত ব্যক্তিগত শ্ৰেষ্ঠতম প্ৰদৰ্শন অম্লানৰ• ৰাজ্যিক অভিলেখ আৰু মীট ৰেকৰ্ডসহ সোণৰ পদক...

আজি IPLৰ মহাৰণত CSK vs MI

ক’ভিড–১৯ৰ ভয়াৱহ পৰিস্থিতিৰ বাবে স্থগিত ৰখা ২০২১ৰ আই পি এল আজিৰে পৰা পুনৰ আৰম্ভ হ’ব। ইউনাইটেড আৰব এমিৰেটছত পুনৰ আৰম্ভ হ’বলগীয়া মেগা ইভেণ্টখনৰ দ্বিতীয়...

Popular