দৈনিক বাতৰি

গুৰুতৰভাৱে অসুস্থ চিত্ৰশিল্পী নীলপৱন বৰুৱা

গুৰুতৰভাৱে অসুস্থ বৰেণ্য চিত্ৰশিল্পী নীলপৱন বৰুৱা। বিগত তিনিদিন ধৰি GMCHত চিকিৎসাধীন হৈ আছে বিশিষ্ট চিত্ৰশিল্পীগৰাকী। বিশেষজ্ঞ চিকিৎসকৰ দলে চিকিৎসা কৰি আছে সম্প্ৰতি ICUত থকা...

অসমে আশা কৰিছে ২০টা সোণৰ পদক

ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২ৰ বাবে সাজু অসমকেইবাগৰাকীও তাৰকা খেলুৱৈৰ উপস্থিতিত আত্মবিশ্বাস দৃঢ় অসম দলৰঅসমৰ লক্ষ্য প্ৰথম ৫টা স্থানইতিমধ্যে ভাগে ভাগে দলসমূহ ৰাওনা হৈছে গুজৰাটলৈনতুন দিল্লীত...

ৰুটিৰ লগত মাংস ফ্ৰী!

আটা বা চুজি কিনোঁতে সাৱধানৰুটিৰ লগত খাবলগীয়া হ’ব পাৰে পোকমানে ৰুটিৰ লগত মাংস ফ্ৰী!যোৰহাট তথা উজনিৰ নাম থকা ব্ৰেণ্ড ৰাধাভোগখোৱাৰ অনুপযোগী বস্তু বিক্ৰী কৰাৰ...

অভিযানত হতভম্ব হৈ পৰে খোদ আৰক্ষী

জাল প্ৰমাণ-পত্ৰ বনোৱা কাৰখানাগোৱালপাৰাৰ পৰা নিয়ন্ত্ৰণ হৈছে কাৰখানাটোআপোনাৰ হাতত থকা চাৰ্টিফিকেটখন জাল নে প্ৰকৃত?আৰক্ষীয়ে উৎখাত কৰিলে জাল প্ৰমাণ-পত্ৰ বনোৱা চক্ৰটোঅভিযানত হতভম্ব হৈ পৰে খোদ...

ভিক্টৰে আৰক্ষীক যোগান ধৰা দ্বিতীয়টো ফোন টেপিং

ভিক্টৰে আৰক্ষীক যোগান ধৰা দ্বিতীয়টো ফোন টেপিং একমাত্ৰ NKTVৰ হাতত সেই চাঞ্চল্যকৰ ফোন টেপিং দালাল-প্ৰাৰ্থীৰ কথোপকথন বন্দী ফোন টেপিঙত তৃতীয়-চতুৰ্থবৰ্গৰ চাকৰিৰ নামত দৰ-দাম চলাৰ কথা https://www.youtube.com/watch?v=Qzy8j4542uQ

Popular