কোহলি-ৰাহানেৰ যুটিয়ে দেখাব পাৰিবনে চমক?

আকৰ্ষণীয় পৰ্যায়ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল
জয়ৰ বাবে দ্বিতীয় ইনিংছত ৪৪৪ ৰানৰ লক্ষ্য অনুসৰণ ভাৰতৰ
অন্তিম দিনা ভাৰতক প্ৰয়োজন ২৮০ ৰানৰ
অষ্ট্ৰেলিয়াক জয়ৰ বাবে লাগে ৭ টা উইকেট
ক্ৰীজত ৪৪ ৰানত বিৰাট কোহলি আৰু ২০ ৰানত বেটিং কৰি আছে আজিংক্য ৰাহানে
মনকৰিবলগীয়া যে প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ সংগ্ৰহ ৪৬৯ ৰান
প্ৰত্যুত্তৰত মাত্ৰ ২৯৬ ৰানত ১ম ইনিংছ সামৰিছিল ভাৰতীয় দলে
৪ৰ্থ দিনা ২য় ইনিংছত ২৭০ ৰানত ইনিংছ ঘোষণা কেংগাৰু বাহিনীৰ
৪৪৪ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৪ দিনাৰ অন্তত ৩ উইকেটত ভাৰতৰ সংগ্ৰহ ১৬৪ ৰান
আজি অন্তিম দিনা জয়ৰ বাবে ভাৰতক প্ৰয়োজন ২৮০ ৰানৰ
অমিমাংসীত হৈ ৰ’লে ট্ৰফী ভগাই ল’ব দুই দলে
––––––––––––––––––––––––––

ইপিনে, ভাৰতৰ ২য় ইনিংছত সুভমন গীলৰ আউটক লৈ বিতৰ্ক
থাৰ্ড শ্লীপত কেমেৰুণ গ্ৰীনে ধৰা কেচত বলে মাটি স্পৰ্শ কৰাৰ অভিযোগ
কিন্তু থাৰ্ড আম্পায়াৰে আউট দিয়ে ভাৰতীয় অ’পেনাৰজনক
ইয়াকে লৈ বিশ্ব ক্ৰিকেটত আৰম্ভ হৈছে ব্যাপক সমালোচনা
টীম ইণ্ডিয়াৰ প্ৰাক্তন অ’পেনাৰ বীৰেন্দ্ৰ সেহৱাগে টুইটযোগে কটাক্ষ কৰিছে থাৰ্ড আম্পায়াৰক
অসন্তুষ্টি ব্যক্ত কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ ৱাছিম জাফৰেও

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

একাংশই দানবীৰ, মহান সজোৱা ফৰিছা চুলতানাৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰো

মানুহ কিমান নিকৃষ্ট হ'ব পাৰে নুশুনিলে-নেদেখিলে আপোনাৰ বিশ্বাস নহব।...

ছাত্ৰ আন্দোলনৰ সন্মুখত নতি স্বীকাৰ

অৱশেষত ক’কৰোছৰ জয়। যন্তৰ মন্তৰসহ সমগ্ৰ দেশ জুৰি হোৱা...

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা। কপিলী নৈত গা...

CJPৰ সকলো দাবী মানি ল’লে চৰকাৰে

সফলতাৰে অন্ত পৰিল চৰকাৰ-CJPৰ তৃতীয়লানি আলোচনা। CJPৰ সকলো দাবী...