পোনপ্ৰথমবাৰৰ বাবে NKTVয়ে পোহৰলৈ আনিছিল সেই খবৰ

NKTVৰ বাতৰিৰ প্ৰভাৱ।
গোৱালপাৰাত ৰক্ষা পৰিল হাজাৰ হাজাৰ শাল গছ।
ৰক্ষা পৰিল দহিকটা সংৰক্ষিত বনাঞ্চলৰ হস্তীদণ্ডী।
মৰনৈৰ ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ ভূমিত বন্ধ হ’ল বন ধ্বংস।
বন বিভাগে ঔদ্যোগিক কেন্দ্ৰলৈ হস্তান্তৰ কৰিছিল বনাঞ্চলখনৰ ভূমি।
সেই ভূমিত ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেডক উদ্যোগ স্থাপনৰ অনুমতি দিছিল ঔদ্যোগিক বিকাশ কেন্দ্ৰই।
উদ্যোগ স্থাপনৰ অনুমতি পায়েই এফালৰ পৰা বন ধ্বংস কৰিছিল BPCL-এ।
পোন প্ৰথমবাৰৰ বাবে NKTVএ পোহৰলৈ আনিছিল সেই খবৰ।
তাৰ পিছতে অঞ্চলটোত দল-সংগঠনে আৰম্ভ কৰিছিল প্ৰতিবাদ।
প্ৰতিবাদত সেও মানি সেই ঠাই এৰিবলৈ বাধ্য হল কোম্পানীটো।
কোম্পানীটোৱে নিজেই ভাঙি পেলালে অস্থায়ী কাৰ্যালয়।
স্বস্তিৰ নিশ্বাস পেলাই NKTVক ধন্যবাদ জ্ঞাপন স্থানীয় ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...