গুৱাহাটীৰ ক’ত ক’ত ফুটাব নোৱাৰিব ফটকা?

দীপাৱলী উপলক্ষে হাই এলাৰ্ট জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে
আৰক্ষীৰ মধ্য জিলাই জাৰি কৰিছে এক নিৰ্দেশনা
গুৱাহাটী তেল শোধানাগাৰৰ ৫০০ মিটাৰৰ ব্যাসাৰ্ধত ফুটাব নোৱাৰিব ফটকা
সাতগাঁও অইল ইণ্ডিয়া পাম্পিং ষ্টেচনৰ সমীপতো ফুটাব নোৱাৰিব ফটকা
তেলৰ পাইপৰ ওচৰে পাজৰেও আতচবাজী নিষিদ্ধ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পাইলট স্মিতৰ কেনেকৈ প্ৰাণ ৰক্ষা কৰিছিল চিকিৎসকে?

হীৰেন শৰ্মা মাজ আকাশত তেতিয়া শ্বাসৰুদ্ধকৰ পৰিস্থিতি। ফ্লাইডুবাই বিমানখনৰ ককপিটত...

কৃষক পঞ্জীয়নত কোনো ধৰণৰ গাফিলতি সহ্য কৰা নহ’বঃ মন্ত্ৰী পীযুষ হাজৰীকা

জিলা কৃষি বিষয়াসকলৰ সৈতে জৰুৰী পৰ্যালোচনা বৈঠক কৃষি মন্ত্ৰী...

মৃত্যুৰ পিছত অংগদান অসম ৰাইফলছৰ জোৱানৰ; নাগালেণ্ডত গুলীবিদ্ধ হৈ মৃত্যু অসম ৰাইফলছৰ জোৱান ভি তেজাৰ

নাগালেণ্ডত অভিযানকালীন কৰ্তব্য পালন কৰি থকাৰ সময়ত গুলীৰ আঘাতত...

ভাৰত-ঘানাৰ মাজত দুখন MoU স্বাক্ষৰ; বিজ্ঞান, শিক্ষা আৰু কৃষি গৱেষণাত সহযোগিতা বৃদ্ধিৰ লক্ষ্য

ভাৰত আৰু ঘানাই বৈজ্ঞানিক গৱেষণা, শিক্ষা, দক্ষতা বিকাশ, কৃষি...