২০২৪ৰ আগত আমেৰিকাৰ দৰে হ’ব উত্তৰ-পূবৰ পথ : গাডকাৰী

গুৱাহাটীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সংবাদমেল
’২৪ৰ আগত আমেৰিকাৰ দৰে হ’ব উত্তৰ-পূবৰ পথ : গাডকাৰী
‘অসমত ২৪৮টা কাম ১ লাখ কোটি টকা খৰচেৰে কৰি থকা হৈছে’
‘গুৱাহাটীৰ ৰিং ৰোড নিৰ্মাণৰ কাম আৰম্ভ হ’ব জানুৱাৰীত’
‘কলিয়াবৰৰ পৰা নুমলীগড়লৈ ৩৫ কিঃমিঃ হ’ব এলিভেটেড ৰোড’
‘৭,৭০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ’ব এই এলিভেটেড ৰোড’
গুৱাহাটী মহানগৰীত কামাখ্যালৈ নিৰ্মাণ হ’ব ৰ’প ৱে’ : গাডকাৰী
অসমৰ পথ উন্নয়নৰ বাবে ৬০০ কোটি টকা ঘোষণা গাডকাৰীৰ
সেতু বন্ধনৰ বাবে ২০০ কোটি ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২০২৭ৰ এদিনীয়া বিশ্বকাপত ভাৰত-পাকিস্তানৰ মেচ চাবলৈ ৮৪ লাখৰো অধিক আবেদন! ষ্টেডিয়ামত আসন মাত্ৰ ৩৪ হাজাৰ

ক্ৰিকেট বিশ্বৰ অন্যতম চৰ্চিত প্ৰতিদ্বন্দ্বিতা ভাৰত-পাকিস্তানৰ মেচক লৈ অনুৰাগীৰ...

অগ্নিবীৰসকলৰ বাবে সুখবৰ! ৪ বছৰৰ পৰিৱৰ্তে ৬ বছৰলৈ বৃদ্ধি সেৱাৰ ম্যাদ, কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দেশৰ সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱা অগ্নিবীৰসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে...