অসম দৰ্শন

নিবনুৱাৰ সংস্থাপনৰ নামত উপলুঙা কিয়?

আচলতে ভুল কাৰ? ব'ৰ্ডৰ নে দুষ্টচক্ৰৰ? কিয় বাৰে বাৰে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ জীৱনক লৈ খেলা খেলিছে একাংশই? লাখ লাখ পৰীক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালি...

২০২৩ চনত আলফাৰ কেইবাটাও কেম্প উৰুৱাৰ পৰিকল্পনা অসম আৰক্ষী

আলফা(স্বাঃ)ত অসম আৰক্ষীৰ চোৰাংচোৱাআলফা(স্বাঃ)ৰ কেম্পত বন্দী অসম আৰক্ষীৰ চোৰাংচোৱা বাইহাটাৰ সঞ্জীৱ শৰ্মাৰ বিস্ফোৰক স্বীকাৰোক্তি যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নিৰ্দেশত যোগদান কৰিছিল আলফা(স্বাঃ)ত...

অসমত প্ৰচুৰ বৰষুণৰ সম্ভাৱনা এইকেইটা দিনত! চাওঁ আহক

উত্তৰ আৰু পূৱ ভাৰতৰ বাবে:ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে,২৪-২৬ এপ্ৰিল তাৰিখৰ ভিতৰত অৰুণাচল প্ৰদেশত আৰু ২৪,২৭ আৰু ২৮ এপ্ৰিলত অসম আৰু মেঘালয়ত ধাৰাসাৰ...

এখনত ২৩ টা, আনখনত ২৬টা সৰবৰাহৰ সময়তে জালত গৰু সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ। এইবাৰ লখিমপুৰ জিলাৰ লালুকত চলিল অভিযান। লালুক আৰক্ষীয়ে কৰায়ত্ত কৰিছে দুখনকৈ গৰু ভৰ্তি ট্ৰাক। এখনত ২৩ টা আৰু...

সফলতাৰ আঁৰৰ মূলমন্ত্ৰটো কি জানেনে?

জ্ঞান হৈছে মানুহৰ বাবে আটাইতকৈ ডাঙৰ সম্পদ। ইয়াক কোনেও নুই কৰিব নোৱাৰে। প্ৰথমতে,মানুহ আন জন্তুৰ সমতুল্য আছিল।যেতিয়া তেওঁলোকে তেওঁলোকৰ চাৰিওফালৰ বিষয়ে চিন্তা কৰিবলৈ আৰম্ভ...

Popular