অসম

চ’তৰ বুকুত সম্ভাৱনা কঢ়িয়াই ব’হাগ আহিছে ৰমকে জমকে

তৰণি নাই নাচনীৰ খোজতনাহৰো ফুলিল গছৰে ডালতআগলি বাঁহ চাঁচি সাজিছে গগণাঢোল পেঁপাৰ মাততে বিহুটিৰ বতৰা চ’তৰ বুকুত সম্ভাৱনা কঢ়িয়াই ব’হাগ আহিছে ৰমকে জমকে। অসমৰ প্ৰতি...

এনেকৈও মৃত্যু হয়নে সন্তানৰ?

চৰণেহে জানে মৰণৰ ঠাইএনেকৈও মৃত্যু হয়নে সন্তানৰ?হিয়া ঢাকুৰি কান্দিছে এটা পৰিয়ালৰ সকলো লোকে পৰিয়ালটো ডাঙৰ। কেইবাজনো ভাতৃ তেওঁলোকৰ পৰিয়ালসহ একেলগে একেটা চৌহদতে থাকে। শুকুৰবাৰে এখন...

দুৰ্ধৰ্ষ ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছ শিপাইছে অসমত

দুৰ্ধৰ্ষ ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছে শিপাইছে অসমত। গুৱাহাটী IITৰ ছাত্ৰ তৌছিফ আলী ফাৰুকী আৰক্ষীৰ জালত পৰাৰ পাছতেই পোহৰলৈ আহিছে এটাৰ পাছত আনটো ভয়ানক তথ্য।...

অন্তিম দিনা বিৰোধীৰ কেইবাজনো ৰথী–মহাৰথীৰ মনোনয়ন দাখিল

অন্ত পৰিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পৰ্বঅন্তিম দিনা বিৰোধীৰ কেইবাজনো ৰথী–মহাৰথীৰ মনোনয়ন দাখিলসোণোৱাল, লুৰিণৰ পিছত ডিব্ৰুগড় শক্তি প্ৰদৰ্শন মনোজ ধানোৱাৰৰ গায়ন বায়ন, ঢোল, মাদলৰ তালে...

নিৰ্বাচন আহিছে, মুখ খুলিছে বিতৰ্কিত শিলাদিত্য দেৱে

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক মহলত নিজৰ গুৰুত্ব বঢ়াবলৈ পুনৰ সাম্প্ৰদায়িক মন্তব্য হোজাইৰ গুৰুত্বহীন প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ। ইছলাম ধৰ্মাৱলম্বী লোকৰ ফজৰৰ নামাজৰ বাবে পুৱতি...

Popular