বৰপেটাত কুখ্যত IPL বুকী ইনতাজ আলী পাঠানক আটক আৰক্ষীৰ

  • IPL জুৱাৰ বিৰুদ্ধে নিশা বৰপেটা, বৰপেটা ৰোডত অভিযান
  • ডেৰ লক্ষাধিক টকাসহ ৩ জুৱাৰীত আটক আৰক্ষীৰ
  • কুখ্যত IPL বুকী ইনতাজ আলী পাঠানৰ ঘৰত নিশা বৰপেটা আৰক্ষীৰ অভিযান
  • ইনতাজ আলী পাঠানক তেওঁৰ ঘৰৰ পৰাই আটক আৰক্ষীৰ
  • আপত্তিজনক নথিৰ লগতে নগদ ১ লাখ ৬৯ হাজাৰ টকা জব্দ
  • লগতে অভিযানকাৰী দলে জব্দ কৰে এটা বিশেষ ডায়েৰী আৰু মোবাইল ফোন
  • দীৰ্ঘদিন ধৰি জুৱা, লটাৰী আৰু IPL জুৱাৰ সৈতে জড়িত আছিল ইনতাজ আলী
  • বৰপেটাৰোডৰ বলভিটাতো বৰপেটাৰোড আৰক্ষীৰ অভিযান
  • বলভিটাৰ অভিযানত নুৰজামাল আলী আৰু মকবুল হুছেইনক নামৰ দুজনক আটক
  • দুয়োৰে পৰা ৮ খন নম্বৰ বিক্ৰী বহী আৰু কিছু টকা জব্দ কৰে আৰক্ষীয়ে
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...