অসম

৪৫ দিনৰ ভিতৰতে প্ৰকাশ হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফল

ছেবাৰ ইতিহাসত নতুন অভিলেখ৪৫ দিনৰ ভিতৰতে প্ৰকাশ হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফল৭৫.৭% উত্তীৰ্ণৰ হাৰেৰে আশাব্যঞ্জক এইবাৰৰ ফলাফল ছেবাৰ অধিনত অন্তিমবাৰলৈ অনুষ্ঠিত হোৱা ২০২৪বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ...

ৰাজ্যৰ ৫ সমষ্টিত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

আজিৰ পৰা আৰম্ভ গণতন্ত্ৰৰ বৃহৎ উৎসৱপুৱা ৭ বজাৰ পৰা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰাজ্যৰ ৫ সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণভোটদান কেন্দ্ৰত পুৱাৰে পৰাই উখল-মাখল পৰিৱেশপ্ৰথম...

আৰক্ষীত ভৰ্তি হৈ দেশৰ সেৱা কৰিবৰ বাবে প্ৰতিজ্ঞাবদ্ধ মাজনী লয়িং

দায়িত্ব সকলোৰে থাকে। এই ধৰক আপোনাৰ দায়িত্ব নিৰ্ধাৰিত সময়ৰ ভিতৰত আপুনি কাম এটা সম্পাদন কৰি দিব লাগে। কোনোজনৰ দায়িত্ব বৃদ্ধ ৰুগীয়া পিতৃ মাতৃক আলপৈচান...

UPSC-২০২৩ত উজলিল আজমল IAS একাডেমীৰ আজমল হুছেইন

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱা পদত সফলতা লাভ কৰিছে আজমল আই এ এছ একাডেমীৰ মেধাবী শিক্ষাৰ্থী আজমল হুছেইনে। আজমল হুছেইনৰ ঘৰ বৰপেটাত৷ তেওঁৰ সাফল্যত আজমল...

কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা

সমাগত লোকসভা নিৰ্বাচন। ১৯ এপ্ৰিল তাৰিখে মেঘালয়ত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা দণ্ডাধীশে ১৭ এপ্ৰিলৰ বিয়লি ৪ বজাৰ পৰা ১৯...

Popular