অসম

লালকিল্লাত পতাকা উত্তোলন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস। দেশজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন। লালকিল্লাত পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ৰাজ্য চৰকাৰৰ উদ্যোগত...

এয়াই প্রথম স্বাধীনতা দিৱস য’ত বন্ধ হোৱা নাই : হিমন্ত বিশ্ব শৰ্মা

আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস। দেশজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন দেশৰ স্বাধীনতা প্ৰাপ্তিৰ দিনটো। লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ শৌৰ্য...

মুখ্যমন্ত্ৰীলৈ ভগৱান বিষ্ণুৰ অনন্ত শয্যা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এটা বিশেষ উপহাৰ নলবাৰীৰ দীপক ৰাজবংশী নামৰ এজন শিল্পীৰ৷ ড° হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে দিব ভগৱান বিষ্ণুৰ অনন্ত শয্যা৷...

শিলচৰত নিশা গুলীচালনাৰ ঘটনা

শিলচৰত নিশা গুলীচালনাৰ ঘটনানাজিব হুছেইন বৰভূঞালৈ লক্ষ্য কৰি গুলীচালনাশুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনাভূমি সমস্যাক লৈ সংঘটিত হয় গুলীচালনাৰ ঘটনাআলা উদ্দিন লস্কৰ আৰু নাজিম...

বছৰৰ দ্বিতীয়টো বানত প্লাৱিত নামনি অসম

নামনি অসমৰ চিৰাং,বঙাইগাঁৱত ইখনৰ পিচত সিখন গাঁও জলমগ্ন হৈছে। ফেনে ফোটোকাৰে বাঢ়িছে আই, নাঙলভাঙা, মাক্ৰাকে আদি কৰি কেবাখনো নৈৰ জলপৃষ্ঠ। শুকুৰবাৰৰ নিশাৰ পৰা বৃদ্ধি...

Popular