অসম

তালিবানক সমৰ্থন : জমিয়ত অসম, AIUDFৰ সা:সম্পাদকক গ্ৰেপ্তাৰ

তালিবানক সমৰ্থন কৰি দৰঙত গ্ৰেপ্তাৰ হ'ল মৌলানা ফজুল কৰিম। কাছিমিয়ে সামাজিক মাধ্যমযোগে তালিবানৰ সমৰ্থনত পোষ্ট কৰা পৰিলক্ষিত হৈছিল। জমিয়ত অসমৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদকৰ...

তালিবানক সমৰ্থন কৰি গ্ৰেপ্তাৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ

সামাজিক মাধ্যমৰ জৰিয়তে তালিবানৰ পাশৱিক আৰু অমানৱীয় কাণ্ডৰ সমৰ্থনত পোষ্ট দি ৰঙা ঘৰলৈ এজন ছাত্ৰ। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ MBBSৰ তৃতীয় বৰ্ষৰ ছাত্ৰ নাডিম আখটাৰক...

ৰেচন পাবলৈ আধাৰ কাৰ্ড বাধ্যতামূলক

শনিবাৰে জনতা ভৱনত যোগান মন্ত্ৰী ৰঞ্জিত দাসে এক সংবাদমেল সম্বোধন কৰে। এই সংবাদ মেলত প্ৰধানমন্ত্ৰী অন্ন সুৰক্ষা যোজনা সম্পৰ্কত কেইবাটাও সিদ্ধান্তৰ কথা প্ৰকাশ কৰে।...

ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ ৯০০ কি:মি: চাইকেল যাত্ৰা

৭৫তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অমৃত মহোৎসৱৰ অংশ স্বৰূপে ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ এটা দলে চাইকেলেৰে অতিক্ৰম কৰিছে দীৰ্ঘ দুৰত্ব। আই টি বিপিৰ জোৱানৰ...

৩১ আগষ্টৰ ভিতৰত গুৱাহাটীৰ সকলোকে দিয়া হ’ব ভেকচিন

NHMৰ মুখ্য কাৰ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেলগুৱাহাটীৰ শেহতীয়া ক’ভিড পৰিস্থিতিক লৈ এই সংবাদমেলসমগ্ৰ ৰাজ্যতে ক’ভিড সংক্ৰমণৰ তথ্য বিশ্লেষণ‘সম্প্ৰতি নলবাৰীত সংক্ৰমণ আটাইতকৈ বেছি, লখিমপুৰত কম’‘গুৱাহাটীত...

Popular