অসম

দেৰগাঁও পৌৰসভাৰ পৌৰপতিৰ দায়িত্ব কাক? উপ-পৌৰপতিৰ দায়িত্ব পালে কোনে?

দেৰগাঁও পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ নাম ঘোষণা। গোলাঘাট জিলা বি জে পি কাৰ্য্যালয়ত বিধায়ক মৃণাল শইকীয়া আৰু বিজেপিৰ জিলা সভাপতি দেৱপ্ৰদীপ বৰাৰ উপস্থিতিত নাম...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষঃ মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটোত শৰীৰৰ সুস্থতাৰ যােগ। কোনো কাৰণত মানসিক অশান্তি হ’ব পাৰে। পাৰিবাৰিক আৰু প্রেমত শুভ। আর্থিক, বাণিজ্য আৰু কৰ্মত...

আহোম পোছাকত নিশিতাৰ ৰূপ দেখি ছচিয়েল মিডিয়াত ধুমুহা

অসমৰ প্ৰতিটো জনগোষ্ঠীৰে সুকীয়া পোছাক আছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ সুকীয়া কলা-কৃষ্টি থকাৰ লগতে বিশেষ সাজপাৰো আছে। টাই আহোমসকলৰ পোছাকত অসমৰ যুৱতীসকলক অপূৰ্ব দেখা যায়। অতীজৰে...

বিহুৰ পিছতে বাঢ়িব ফ্লেটৰ দাম!

বিহুৰ বতৰত গুৱাহাটীবাসীৰ বাবে এটা বেয়া খবৰবিহুৰ পিছতে বাঢ়িব ফ্লেটৰ দামফ্লেটৰ প্ৰতি বৰ্গফুটত বৃদ্ধি হ’ব ৬০০ টকাকৈসংবাদমেলত ঘোষণা আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পাৰ এছ'চিয়েশ্যনৰনিৰ্মাণ...

নৱম শ্ৰেণীৰ ছাত্ৰই সাজি উলিয়াইছে স্মাৰ্ট জোতা

এগৰাকী নৱম শ্ৰেণীৰ প্ৰতিভাৱান ছাত্ৰ অংকুৰিত কৰ্মকাৰ। এই ছাত্ৰজনে সাজি উলিয়াইছে চেঞ্চৰযুক্ত স্মাৰ্ট জোতা। ছাত্ৰজনে সাজি উলিওৱা এই জোতাযোৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোকে। কৰিমগঞ্জ...

Popular