বিহুৰ পিছতে বাঢ়িব ফ্লেটৰ দাম!

  • বিহুৰ বতৰত গুৱাহাটীবাসীৰ বাবে এটা বেয়া খবৰ
  • বিহুৰ পিছতে বাঢ়িব ফ্লেটৰ দাম
  • ফ্লেটৰ প্ৰতি বৰ্গফুটত বৃদ্ধি হ’ব ৬০০ টকাকৈ
  • সংবাদমেলত ঘোষণা আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পাৰ এছ’চিয়েশ্যনৰ
  • নিৰ্মাণ সামগ্ৰৰ অভাৱনীয় মূল্য বৃদ্ধিৰ প্ৰভাৱ কৰিছে নিৰ্মাণ-খণ্ডত
  • গৃহ নিৰ্মাণৰ সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ বাবে বৃদ্ধি হ’ব ফ্লেটৰ দাম
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...