নৱম শ্ৰেণীৰ ছাত্ৰই সাজি উলিয়াইছে স্মাৰ্ট জোতা

এগৰাকী নৱম শ্ৰেণীৰ প্ৰতিভাৱান ছাত্ৰ অংকুৰিত কৰ্মকাৰ। এই ছাত্ৰজনে সাজি উলিয়াইছে চেঞ্চৰযুক্ত স্মাৰ্ট জোতা। ছাত্ৰজনে সাজি উলিওৱা এই জোতাযোৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোকে।

Assam boy designs sensor shoe for visually impaired - The Meghalayan

কৰিমগঞ্জ জিলাৰ ৰোৱােলেণ্ডৰ মেম’ৰিয়েল হাই স্কুলৰ নৱম শ্ৰেণীত অধ্যয়নৰত অংকুৰিত। নৱম শ্ৰেণীৰ ছাত্ৰজনে জনায় যে, ‘মোৰ লক্ষ্য হৈছে এজন বিজ্ঞানী হোৱা। মই অন্ধ লোকসকলৰ বাবে স্মাৰ্ট জোতাটো তৈয়াৰ কৰিছো। মই এনে ধৰণৰ কাম আৰু কৰিব বিচাৰো। যিয়ে মানুহ জীৱন সহজ কৰি তোলাত সহায় কৰিব।’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...