দেৰগাঁও পৌৰসভাৰ পৌৰপতিৰ দায়িত্ব কাক? উপ-পৌৰপতিৰ দায়িত্ব পালে কোনে?

দেৰগাঁও পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ নাম ঘোষণা। গোলাঘাট জিলা বি জে পি কাৰ্য্যালয়ত বিধায়ক মৃণাল শইকীয়া আৰু বিজেপিৰ জিলা সভাপতি দেৱপ্ৰদীপ বৰাৰ উপস্থিতিত নাম ঘোষণা দেৰগাঁৱৰ পৌৰপতি হিচাপে নিৰ্বাচিত ৰূপাঞ্জলি বৰা আৰু উপ-পৌৰপতি সুভাঙ্কৰ ঘোষৰ। উল্লেখ্য যে দেৰগাঁও পৌৰসভাৰ মুঠ ১০টা ৱাৰ্ডতেই বিজয় সাব্যস্ত কৰা অগপ-বিজেপিৰ মিত্ৰজোঁটে গঠন কৰিছে পৌৰসভাখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজস্থানত দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত ভয়ংকৰ দুৰ্ঘটনা, কমেও ৮জনৰ মৃত্যু, আহত ৯ জন

ৰাজস্থানৰ কোটাত শনিবাৰে পুৱা দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত সংঘটিত এক ভয়ংকৰ...