৪ জানুৱাৰীত অনুষ্ঠিত হ’ব লগীয়া ‘নিয়োগ মেলা’ বাতিল

  • ৪ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ‘নিয়োগ মেলা’ বাতিল
  • অনিবাৰ্য কাৰণবশতঃ বাতিল কৰা হৈছে ‘নিয়োগ মেলা’
  • ৰিহাবাৰীস্থিত জিলা নিয়োগ বিনিময় কাৰ্যালয়ে প্ৰকাশ কৰিছে এই কথা
  • ৪ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা আছিল ‘নিয়োগ মেলা’
  • ‘নেশ্বনেল কেৰিয়াৰ চাৰ্ভিচ প্ৰজেক্ট’তে অনুষ্ঠিত কৰাৰ কথা আছিল ‘নিয়োগ মেলা’
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰ্তমানলৈকে আনুষ্ঠানিক যুদ্ধ বিৰতি হোৱা নাই ইৰাণ–ইজৰাইলৰ!

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। পুৱা ৬.৩৭ মিনিটত ৰাজ্যৰ ভিন্ন...

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...