অসম

লামডিঙত জব্দ হ’ল ৫০ লক্ষাধিক টকাৰ ড্ৰাগ্ছ!

ৰে'লৰ জৰিয়তে ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। ইয়াৰ সমান্তৰালকৈ চলিছে ড্ৰাগ্ছবিৰোধী অভিযান। ইয়াৰ মাজতে লামডিঙ ৰে'লৱে ষ্টেচনত পুনৰবাৰ উদ্ধাৰ হ'ল বিস্তৰ পৰিমাণৰ ব্ৰাউন...

চুপাৰি মাফিয়া কাৰ্তিক পালক গ্ৰেপ্তাৰ

চুপাৰি মাফিয়া কাৰ্তিক পালক গ্ৰেপ্তাৰ। কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কাৰ্তিকক। শিলচৰৰ বিলাপাৰ অঞ্চলত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চুপাৰি মাফিয়াটোক। চুপাৰি মাফিয়া আলতাফ হুছেইনৰ...

মাৰ্চত ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন, কোন হ’ব বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী?

মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন। কোন হ’ব বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী। অংক মিলা নাই বিৰোধীৰ। AIUDF-এ প্ৰতিদান বিচাৰিছে কংগ্ৰেছৰ পৰা। প্ৰতিবাৰে কংগ্ৰেছক...

কালাপাহাৰ হত্যাকাণ্ডৰ তদন্ত ক্ষীপ্ৰ, আৰক্ষীৰ হাতত গুৰুত্বপূৰ্ণ ক্লু!

কালাপাহাৰ হত্যাকাণ্ডৰ তদন্ত ক্ষীপ্ৰআৰক্ষীৰ হাতত গুৰুত্বপূৰ্ণ ক্লুআৰক্ষীক ধৃত জিণ্টু শৰ্মাৰ বিস্ফোৰক স্বীকাৰোক্তিসোমবাৰে দিনৰ ১১ বজাত অক্ষয়ে ফোন কৰিছিল জিণ্টুকঅনু হাজৰিকাৰ কোঠাত অকলে সোমাব মানা...

চুপাৰি, সাৰৰ ছিণ্ডিকেটৰ তদন্ত কৰিবলৈ শিলচৰত CID!

বৰাকত ছিণ্ডিকেটৰ বিৰুদ্ধে অপাৰেশ্যন অল আউট। চুপাৰি, সাৰৰ ছিণ্ডিকেটৰ তদন্ত কৰিবলৈ শিলচৰত CID। দীৰ্ঘদিন ধৰি বৰাকত চলি অহা সাৰৰ ছিণ্ডিকেটৰ তদন্ত কৰিবলৈ CIDৰ এটা...

Popular