প্ৰথমবাৰলৈ ৰাজ্যিক নাৰ্ছিং কনফাৰেন্স, কি কি আলোচনা?

নুমলীগড়ৰ বিবেকানন্দ কেন্দ্ৰ NRL নাৰ্ছিং বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য খণ্ডৰ প্ৰকৃত যোদ্ধা হিচাপে পৰিচিত নাৰ্চসকলৰ অধিৱেশন অনুষ্ঠিত হয়৷ অসমত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নাৰ্ছসকলৰ অধিৱেশন বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷ ভি কে এন আৰ এল নাৰ্ছিং স্কুলৰ আহ্বান ক্ৰমে অসমৰ বিভিন্ন জিলাৰ নাৰ্ছ প্ৰতিনিধি, স্বাস্থ্য-বিষয়া আৰু বহুকেইজন বিশেষজ্ঞ ব্যক্তি উপস্থিত থাকে৷ নাৰ্ছ সকলৰ আৰ্থিক নিৰাপত্তা, সুৰক্ষা, বেচৰকাৰী প্ৰতিষ্ঠানত নাৰ্চসকলৰ উচিত দৰমহা সা-সুবিধা প্ৰদান সম্পৰ্কত বিশদভাৱে আলোচনা কৰে৷ নাৰ্চৰ উমৈহতীয়া অনুষ্ঠানৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত অধিৱেশনখনক লৈ উত্সাহী স্বাস্থ্য কৰ্মীসকল৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...

পাকিস্তানত ভয়ংকৰ ঘটনা; বিদ্যালয়ৰ ছাদ খহি শিক্ষকসহ ২৯ শিক্ষাৰ্থীৰ মৃত্যু

পাকিস্তানৰ উত্তৰাঞ্চলৰ পেছাৱৰ চহৰত বৃহস্পতিবাৰে পুৱা সংঘটিত এক ভয়ংকৰ...