১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত এজন

0 32

১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন লোক। লালুক আৰক্ষী চকীৰ অন্তৰ্গত পুখুৰীপৰীয়াত সংঘটিত হয় দুৰ্ঘটনাটো। অচিনাক্ত বাহনে মহতিয়াই থৈ যায় লোকজনক। নিহত লোকজনৰ নাম কালিদাস শৰ্মা। বিহপুৰীয়াৰ দংগীবিল নিবাসী শৰ্মা পানীগাঁৱৰ গ্ৰামীন বিকাশ বেংকত কৰ্মৰত আছিল। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ লালুক আৰক্ষীৰ।

Leave A Reply

Your email address will not be published.