ৰে’ল বিভাগৰ বিৰুদ্ধে সৰৱ, ৰাজপথলৈ ওলাই আহিল আছু

আছুৰ তীব্ৰ প্ৰতিবাদ। ৰঙিয়াত ৰে’ল বিভাগৰ কয়লাৰ ৰেক লোডিং-আনলোডিং স্থানান্তৰিত কৰাৰ দাবীত ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ এই প্ৰতিবাদ। ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে নতুনকৈ আৰম্ভ কৰা ৰঙিয়া ষ্টেচন ৰোডৰ কয়লা লোডিং-আনলোডিং স্থানৰ সমীপত সমবেত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অতি শীঘ্ৰে কয়লাৰ লোডিং-আনলোডিঙৰ কাম স্থানান্তৰ কৰিবলৈ প্ৰতিবাদকাৰী সকলে দাবী জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...

পাকিস্তানত ভয়ংকৰ ঘটনা; বিদ্যালয়ৰ ছাদ খহি শিক্ষকসহ ২৯ শিক্ষাৰ্থীৰ মৃত্যু

পাকিস্তানৰ উত্তৰাঞ্চলৰ পেছাৱৰ চহৰত বৃহস্পতিবাৰে পুৱা সংঘটিত এক ভয়ংকৰ...