অসম

জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমৰ দুখন তথ্যচিত্ৰলৈ বঁটা

‘হাড়গিলা দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্ট’ৰ্ক’লৈ শ্ৰেষ্ঠ তথ্যচিত্ৰ বঁটাপূৰ্ণিমা দেৱী বৰ্মনৰ হাড়গিলা সংৰক্ষণৰ কাহিনীৰে এই তথ্যচিত্ৰ‘হাড়গিলা’ৰ হৈ বঁটা গ্ৰহণ কৰে পৰিচালক পাৰ্থসাৰথি মহন্তইপ্ৰযোজকদ্বয় মীনা মহন্ত,...

৮ জানুৱাৰীত দ্বিতীয় বৰভাগ গ’লফ প্ৰতিযোগিতা

অসমত গ'লফৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ৮ জানুৱাৰীত তেজপুৰৰ সেনা গোল্ফ কোৰ্চত অনুষ্ঠিত হ'ব দ্বিতীয় বৰভাগ গ'লফ প্ৰতিযোগিতা । উল্লেখ্য যে, অসমত গ'লফৰ প্ৰচাৰ আৰু...

নল বিৰিণা খাগৰী’ৰ ইংৰাজী অনুবাদ ‘Moujuri’ উন্মোচন

বৰেণ্য অসমীয়া চৈয়দ আব্দুল মালিকৰ কালজয়ী উপন্যাস 'নল বিৰিণা খাগৰী'ৰ ইংৰাজী অনুবাদ 'Moujuri' দেওবাৰে উন্মোচন হয়| চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা...

মিছন বসুন্ধৰাৰ জৰিয়তে কৌশলেৰে বাংলাদেশীক সংস্থাপন দিয়াৰ ষড়যন্ত্ৰ চলিছে : উপমন্যু হাজৰিকা

মিছন বসুন্ধৰাৰ জৰিয়তে অতি কৌশলেৰে বাংলাদেশী আৰু বেদখলকাৰীসকলক ১৪ লাখ বিঘা PGR, VGR মাটিত সংস্থাপন দিয়াৰ ষড়যন্ত্ৰ চলিছে। প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই আনিছে...

গল্পকাৰ বিপাশা বৰাৰ প্ৰথমখন উপন্যাস “জাকাৰান্দা” উন্মোচন

শ্বিলঙৰ পুৰণি আৰু সমকালীন অসমীয়া সমাজখনৰ কাহিনীগুচ্ছৰ আধাৰত ২০১৮ চনৰ সাহিত্য অকাদেমী যুৱ পুৰস্কাৰ বটাঁ বিজয়ী গল্পকাৰ-লেখিকা বিপাশা বৰাৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস “জাকাৰান্দা”আজি...

Popular