অসম

বানত ছেলফি উঠিবলৈ গৈ মৃত্যু এজনৰ!

বানত ছেলফি উঠিবলৈ গৈ মৃত্যু এজনৰবৰাকত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনানৈৰ প্রবল সোঁতে উটুৱাই নিলে যুৱকজনকসমগ্র দৃশ্য বন্দী হ’ল বন্ধুৰ ম’বাইল কেমেৰাতশিলচৰ-আইজল পথৰ সোণবাড়ীঘাট...

চকলেটেৰে ছবি আঁকি ‘ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছ’ত নাম সন্নিবিষ্ট এজন ছাত্ৰৰ

নগাঁও জিলাৰ বটদ্ৰৱা সমীপৱৰ্তী ৰাইডঙীয়াৰ ছাত্ৰ টিৰুত কুমাৰ বৰাই ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। জুলীয়া চকলেটে প্ৰতিকৃত অংকণ কৰি...

পেট বিষ উঠাৰ কাৰণ আৰু ইয়াৰ নিৰাময় সমূহ আপুনি জানেনে?

বেছিসংখ্যক মানুহৰে হঠাতে পেটৰ বিষ উঠা দেখা পোৱা যায়। হঠাতে উঠা পেটৰ বিষ উঠাৰ বহুটো কাৰণ থাকিব পাৰে। পেৰিট'নিয়াম বা পেট গহ্বৰৰ আৱৰণীখনৰ স্ফীতি,...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : মেষ ৰাশিৰ আজি শৰীৰৰ বাবে শুভ কাৰক, সৰু-সুৰা অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দিশত অশান্তি বাঢ়িব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু...

ফাৰ্মাচীৰ ভিতৰত বিধৱাক ধৰ্ষণৰ চেষ্টা ফাৰ্মাচিষ্টৰ!

দক্ষিণ কামৰূপৰ জোৰশিমুলীত ভুৱা ফাৰ্মাচিষ্টৰ সন্ত্ৰাস৷ ফাৰ্মাচীৰ ভিতৰত মহিলাক অশালীন ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ফাৰ্মাচিষ্টজনৰ৷ জোৰশিমুলী আৰক্ষী চকীৰ সমীপতে এইদৰে মহিলাক অশালীন ব্যৱহাৰ...

Popular