অসম

ভাৰতত অধিক সহজ হৈ উঠিল বিবাহ বিচ্ছেদ

ভাৰতত অধিক সহজ হৈ উঠিল বিবাহ বিচ্ছেদ। বুধবাৰে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ‘অবজাৰভেশ্যন’। পতি-পত্নী কাৰো দোষ নাথাকিলেও বিচাৰিব পাৰিব বিবাহবিচ্ছেদ। মন গ’লেই এৰি দিব পাৰিব...

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নিলম্বন দুই ৰাজপত্ৰিত বিষয়াক

আইন ৰক্ষকৰ আইন উলংঘাৰাজ্যৰ প্ৰশাসনত বিৰল ঘটনাএকেলগে এখন জিলাৰ DC, ADCক নিলম্বনদুই ৰাজপত্ৰিত বিষয়াই বয়োজ্যেষ্ঠ লোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগমুখ্যমন্ত্ৰীৰ নিৰ্দেশত নিলম্বন দুই ৰাজপত্ৰিত বিষয়াকনিলম্বিত...

টোকোনা ৰাজকোষৰ জোৰা মাৰিবলৈ পেট্ৰ’ল-ডিজেলৰ ভেট বৃদ্ধিৰ সিদ্ধান্ত

ৰাজ্যবাসীক মাধমাৰ! পুনৰ ৰাজ্যবাসীক মাধমাৰ দিয়াৰ প্ৰস্তুতি চৰকাৰৰটোকোনা ৰাজকোষৰ জোৰা মাৰিবলৈ পেট্ৰ’ল-ডিজেলৰ ভেট বৃদ্ধিৰ সিদ্ধান্তপ্ৰতিলিটাৰ পেট্ৰ’লত দুটকাকৈ ভেট বৃদ্ধিৰ সিদ্ধান্তপ্ৰতিলিটাৰ ডিজেলত এটকাকৈ ভেট বৃদ্ধিৰ...

‘দেৱজিতে মোক বিয়া পাতিম বুলি কৈছে’

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীৰ নাৰী কেলেংকাৰিৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অসম আৰক্ষীৰ ভিতৰ চ’ৰাত। হেলেনা হেৰে নামৰ মহিলাগৰাকীয়ে দেৱজিত দেউৰীৰ বিৰুদ্ধে উত্থাপন কৰিছে...

কাজিৰঙাৰ দুই কৃষকৰ সততা

কাজিৰঙাৰ দুই কৃষকৰ সততা। খেতি পথাৰত দুজন কৃষকে বুটলি পালে গঁড়ৰ খৰ্গ। দুয়ো সেই খৰ্গ গতাই দিলে বন বিভাগক। বন বিভাগে দুয়োকে জনালে সম্বৰ্ধণা। https://youtu.be/q2wA68MEQeA

Popular