অসম

গো-ধন সৰবৰাহ! শ্বহিদুল মণ্ডল, নুৰ হুছেইন আলী আৰু কাছেম আলীক আটক

বকোৰ মজেবাডীত গো-ধন সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ৯টা গৰু উদ্ধাৰ, সৰবৰাহকাৰী তিনিটাক আটক। অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাত বকো আৰক্ষীৰ অভিযান। আটক শ্বহিদুল মণ্ডল, নুৰ হুছেইন...

অসমৰ শ শ বিঘা সেউজ বনাঞ্চলত অগ্নিসংযোগ নগা দুৰ্বৃত্তৰ

পুনৰ উত্তপ্ত মৰিয়নিৰ সীমান্ত। তিৰু হিলচত সশস্ত্ৰ নগাৰ বেদখল। ৰণখামৰ বিৰলা পথৰ কাষত তিৰু হিলচৰ শ শ বিঘা সেউজ বনাঞ্চলত অগ্নিসংযোগ নগা দুৰ্বৃত্তৰ। সেউজ...

পৰ্যাপ্ত সংখ্যা আছে, BPFক এতিয়া কেৱল চৰকাৰৰ আশীৰ্বাদহে প্ৰয়োজন!

UPPLAৰ পৰা BPFলৈ অহা সকলে এতিয়া হেঁচা দিয়া আৰম্ভ কৰিছে। চৰকাৰ কেতিয়া আহিব বুলি প্ৰদান কৰিছে হেঁচা। এই মন্তব্য BPFৰ বিধায়ক দুৰ্গা দাস বড়োৰ।...

ঘিলাধাৰী নৈত মৰণজাঁপ মহিলাৰ, কিয় নিজকে শেষ কৰি দিব লৈছিল মহিলাগৰীকেয়?

চতিয়াৰ ঘিলাধাৰী নৈত অঘটন৷ আত্মহত্যাৰ চেষ্টা চলাই ঘিলাধাৰী নৈত জাঁপ দিলে মহিলাই৷ সংকটজনক অৱস্থাত মহিলাগৰাকীক পানীৰ পৰা উদ্ধাৰ কৰে স্থানীয় যুৱকৰ দলে। মহিলাগৰাকী চতিয়াৰ...

ঘাইপথ নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰি, একে সময়তে শিলচৰ, শ্বিলং, গুৱাহাটী, গুৰুগ্ৰাম, বাংগালুৰুত অভিযান

দেশৰ বিভিন্ন প্ৰান্তত একে সময়তে CBIৰ অভিযান। শিলচৰ, শ্বিলং, গুৱাহাটী, গুৰুগ্ৰাম, বাংগালুৰুত অভিযান। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত কেলেংকাৰিক লৈ এই অভিযান। অসম-মেঘালয় আৰু মিজোৰামৰ...

Popular