ঘিলাধাৰী নৈত মৰণজাঁপ মহিলাৰ, কিয় নিজকে শেষ কৰি দিব লৈছিল মহিলাগৰীকেয়?

চতিয়াৰ ঘিলাধাৰী নৈত অঘটন৷ আত্মহত্যাৰ চেষ্টা চলাই ঘিলাধাৰী নৈত জাঁপ দিলে মহিলাই৷ সংকটজনক অৱস্থাত মহিলাগৰাকীক পানীৰ পৰা উদ্ধাৰ কৰে স্থানীয় যুৱকৰ দলে। মহিলাগৰাকী চতিয়াৰ এল বি ৰোডৰ আবাসী। ইতিমধ্যে ঘটনাস্থলীত চতিয়া আৰক্ষী উপস্থিত হৈছে আৰু 108ৰ সহায়েৰে বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে মহিলাগৰাকীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...