পৰ্যাপ্ত সংখ্যা আছে, BPFক এতিয়া কেৱল চৰকাৰৰ আশীৰ্বাদহে প্ৰয়োজন!

UPPLAৰ পৰা BPFলৈ অহা সকলে এতিয়া হেঁচা দিয়া আৰম্ভ কৰিছে। চৰকাৰ কেতিয়া আহিব বুলি প্ৰদান কৰিছে হেঁচা। এই মন্তব্য BPFৰ বিধায়ক দুৰ্গা দাস বড়োৰ। বিপিএফক এতিয়া কেৱল চৰকাৰৰ আশীৰ্বাদহে প্ৰয়োজন। বিপিএফৰ পৰ্যাপ্ত সংখ্যাও আছে। লোকসভাত কোকৰাঝাৰ দখল কৰিব বিপিএফে। সংবাদ মাধ্যমৰ আগত এই মন্তব্য দুৰ্গা দাস বড়োৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...