অসমৰ শ শ বিঘা সেউজ বনাঞ্চলত অগ্নিসংযোগ নগা দুৰ্বৃত্তৰ

পুনৰ উত্তপ্ত মৰিয়নিৰ সীমান্ত। তিৰু হিলচত সশস্ত্ৰ নগাৰ বেদখল। ৰণখামৰ বিৰলা পথৰ কাষত তিৰু হিলচৰ শ শ বিঘা সেউজ বনাঞ্চলত অগ্নিসংযোগ নগা দুৰ্বৃত্তৰ। সেউজ বনাঞ্চল উচন কৰি দখলীকৃত অসমৰ ভূমিত নতুন বস্তি স্থাপনৰ যো জা নগা দুৰ্বৃত্তৰ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...