ক’ভিড নহয়, এইবাৰ ডেংগুৰ দ্ৰুত প্ৰাদুৰ্ভাৱ

দেশত ক’ভিড পৰিস্থিতি এতিয়াও সম্পূৰ্ণৰূপে মাৰ যোৱা নাই। এনে সময়তে ডেংগুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। দিল্লীত চলিত বৰ্ষত ১২৬গৰাকী লোক আক্ৰান্ত হৈছে ডেংগুত। কেৱল জুন মাহতে ১৫গৰাকী লোকৰ দেহত পোৱা গৈছে ডেংগু। ইয়াৰ লগতে চিকুনগুণিয়া আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱো পোহৰলৈ আহিছে দিল্লীত। ৭গৰাকী চিকুনগুণিয়া আৰু ২১গৰাকী মেলেৰিয়া ৰোগী চিনাক্ত কৰিছে দিল্লীৰ স্বাস্থ্য বিভাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...