অসম

আকৌ এবাৰ আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্ত পলোৱাৰ ঘটনা

আকৌ এবাৰ আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্ত পলোৱাৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান মুকালমুৱা। মুকালমুৱা থানাৰ অন্তৰ্গত আদাবাৰী পহৰা চকীৰ পৰা পলায়ন কৰে জামাল আলী নামৰ...

অৱশেষত সম্পূৰ্ণৰূপে বন্ধ হ’ল কাছাৰৰ ডলু চাহ বাগিচা!

সম্পূৰ্ণৰূপে বন্ধ হ’ল কাছাৰৰ ডলু চাহ বাগিচা। বাগিচা বন্ধৰ কথা ঘোষণা কৰিলে বাগান কৰ্তৃপক্ষই। ডলু চাহবাগিচা বন্ধ কৰা হ’ল বুলি জাৰি কৰিলে জাননী। শ্ৰমিক...

কেইবাখনো জিলাত পৰীক্ষাৰ বাবে পিছুৱাই দিয়া হ’ল গৰম বন্ধ

BTRত পিছুৱাই দিয়া হ’ল গৰমৰ বন্ধৰ সময়সূচীবাক্সা, তামুলপুৰ জিলা প্রশাসনৰ নিজাববীয়া ঘোষণাশিক্ষা বিভাগে ১ৰ পৰা ৩১ জুলাইলৈ কৰিলে বন্ধ ঘোষণাশিক্ষামন্ত্ৰীয়ে ২৫ জুনৰ পৰা ২৫...

মৃতদেহ সৎকাৰ, কবৰস্থ কৰাৰ বাবেও নাই ঠাই, ভয়াৱহ বানত কান্দিছে বৰাকবাসীয়ে!

অপৰিৱৰ্তিত শিলচৰৰ বান পৰিস্থিতি৷ বৰাক নৈৰ পানী কিছু পৰিমাণে কমিবলৈ ধৰিলেও শিলচৰ চহৰসহ কাছাৰৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে৷ খোৱাপানী, খাদ্য–সামগ্ৰীৰ কাৰনে এতিয়াও হাহাকাৰ...

বন্ধ হ’ল হেঁপাহৰ আনন্দৰাম বৰুৱা বঁটা

অসমত বন্ধ হৈ পৰিল ছাত্ৰ-ছাত্ৰী সকলৰ মৰমৰ উপহাৰ অসম চৰকাৰৰ আনন্দৰাম বৰুৱা বঁটা৷ আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সদৰি কৰে এই কথা৷ ১৭ বছৰে হাইস্কুল...

Popular