আকৌ এবাৰ আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্ত পলোৱাৰ ঘটনা

আকৌ এবাৰ আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্ত পলোৱাৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান মুকালমুৱা। মুকালমুৱা থানাৰ অন্তৰ্গত আদাবাৰী পহৰা চকীৰ পৰা পলায়ন কৰে জামাল আলী নামৰ এক অভিযুক্তই। পত্নীক নিৰ্যাতন কৰাৰ অভিযোগত আটক হৈছিল জামাল আলী।

শহুৰেকৰ ঘৰৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে জামালক আটক কৰিছিল যদিও ধৰি ৰাখিব নোৱাৰিলে। পহৰা চকীটোৰ আইচি তৰণী দাসৰ গাফিলতিৰ বাবেই আটকাধীন এক অভিযুক্তই এইদৰে পলাই যাবলৈ সক্ষম হয় বুলি এতিয়া অভিযোগ উঠিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...