বলৰে নহয় এইবাৰ বেটেৰে ৰেকৰ্ড গঢ়িলে যশপ্ৰীত বুমৰাহে!

ভাৰতীয় ক্ৰিকেট দলৰ দুৰ্দান্ত বলাৰ যশপ্ৰীত বুমৰাহে গঢ়িলে বিৰল ৰেকৰ্ড। টেষ্ট ক্ৰিকেটৰ ইতিহাসত এই অভিলেখ গঢ়া বুমৰাহ হৈছে প্ৰথমজন খেলুৱৈ। কিন্তু আপুনি জানি আচৰিত হ’ব যে সদায় বলেৰে ৰেকৰ্ড গঢ়া বুমৰাহে ইংলেণ্ডৰ বিৰুদ্ধে বেটেৰে গঢ়িলে এই ৰেকৰ্ড।

ইংলেণ্ডৰ বলাৰ ষ্টুৱাৰ্ট ব্ৰডৰ এক অভাৰত ৩৫ ৰান কৰি এই বিৰল ৰেকৰ্ড গঢ়িলে বুমৰাহে। ব্ৰডে বলিং কৰা সেই অভাৰটোত ৫টা চাৰি আৰু দুটা ছয় কোবায় বুমৰাহে। উল্লেখযোগ্য যে, ষ্টুৱাৰ্ট ব্ৰডে সেই অভাৰটোত এটা ন বলো দিছিল।

NKTV Digital
Author: NKTV Digital

350 COMMENTS

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...