অসম

কোকৰাঝাৰ তাৰং নৈত সমূহীয়া মৎস্য চিকাৰ

কোকৰাঝাৰ তাৰং নৈত সমূহীয়া মৎস্য চিকাৰ। কি ডেকা, কি গাভৰু, জীয়ৰী-বোৱাৰী সকলো লাগিল মাছ ধৰাত। এক নান্দনিক দৃশ্য দেখিবলৈ পোৱা গ'ল তাৰং নৈত। কোকৰাঝাৰ তাৰং...

ৰাজ্যৰ ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে কাতিৰ গা ভৰা পথাৰ

আঘোণলৈ কেইদিন? তাৰ পূৰ্বেই এতিয়া ৰাজ্যৰ ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে কাতিৰ গা ভৰা পথাৰ। গাভৰু সোণগুটিয়ে সোণোৱালী সপোন সিঁচিছে কৃষকৰ মনত। চাৰিকৰীয়াৰ পাৰৰ...

কাজিৰঙাত বলীউডৰ মোহময়ী অভিনেত্ৰী দিয়া মিৰ্জা

কাজিৰঙালৈ আহিল বলীউডৰ মোহময়ী অভিনেত্ৰী দিয়া মিৰ্জা। কেৱল কাজিৰঙা দৰ্শনেই নহয়। লৈ আহিছে মহৎ উদ্দেশ্য। কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰটোৰ বিষয়ববীয়াৰ সৈতে...

হৰিৰ কীৰ্তনৰে হৰিষতে বিলীন ধূপধাৰা

খোল -তাল, গীত- মাত সাহিত্য - সংস্কৃতিৰ ওমাল পৰিৱেশত জীপাল হৈ পৰিছে ঐতিহ্যময় ধূপধৰাৰ চৌপাশ। সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত আৰম্ভ হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৩০...

শুকাইছে চিৰপ্ৰৱাহিত ব্ৰহ্মপুত্ৰৰ বক্ষ

শুকাইছে চিৰপ্ৰৱাহিত ব্ৰহ্মপুত্ৰৰ বক্ষবাম হৈ আহিছে উপনৈসমূহোওপঙি আহিছে মৰা মাছমাজুলী, ঢকুৱাখনা, কামৰূপত ৰুক্ষ বক্ষৰে মৰুভূমি হৈ পৰিছে লুইত! চিৰপ্ৰৱাহিত ব্ৰহ্মপুত্ৰত কালিকা লাগিছে! অস্বাভাৱিকভাৱে শুকাই আহিছে...

Popular